July 14, 2024 12:26 PM

views 59

খাদ্য আৰু ইয়াৰ আনুসংগিক ক্ষেত্ৰসমূহত কৰ্মৰত কোম্পানীসমূহৰ সৈতে কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী ছিৰাগ পাছোৱানৰ বৈঠক

কেন্দ্ৰীয় খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী ছিৰাগ পাছোৱানে কালি খাদ্য আৰু ইয়াৰ আনুসংগিক ক্ষেত্ৰসমূহত কৰ্মৰত কোম্পানীসমূহৰ সৈতে হোৱা এখন বৈঠকত অধ্যক্ষতা কৰে। এই আলোচনাত কোম্পানীসমূহৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়েও স্থান পায়। ইয়াৰ লগতে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অহা ১৯ৰ পৰা ২২ ছেপ্তেম্বৰলৈ হ'বলগীয়া বিশ্ব খাদ্য ভাৰত ২০২৪ শীৰ্ষক অনুষ্ঠানৰ বাবে খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰ্যালয়ৰ সৈতে অংশীদাৰিত্বৰ সুযোগ আৰু সম্ভাৱনাৰ বিষয়েও আলোচনা কৰা হয়। ছিৰাগ পাছোৱানে আলোচনাত অংশগ্রহণ কৰি অংশীদাৰসকলৰ ক্ষেত্ৰত খাদ...

June 14, 2024 11:55 AM

views 24

ৰৱনীত সিং বিত্তুৰ অধ্যক্ষতাত খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ পর্যালোচনা বৈঠক অনুষ্ঠিত

খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ ৰাজ্যমন্ত্ৰী ৰৱনীত সিং বিত্তুৰ অধ্যক্ষতাত কালি নতুন দিল্লীত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত শ্রীসিঙক মন্ত্ৰালয়ে ৰূপায়ণ কৰি থকা আঁচনি আৰু উদ্যোগসমূহৰ অগ্ৰগতি সন্দৰ্ভত অৱগত কৰোৱা হয়। মন্ত্ৰীগৰাকীয়ে ভাৰত মণ্ডপমত অহা ১৯ জনৰ পৰা ২২ জুনলৈ হ'বলগীয়া বিশ্ব খাদ্য ভাৰত, ২০২৪ৰ প্ৰস্তুতি সন্দৰ্ভতো অৱগত কৰোৱা হয়। তেওঁ মন্ত্ৰালয়ৰ বিষয়াসকলক চৰকাৰৰ ১০০ দিনীয়া কাৰ্যসূচীক সাফল্যমণ্ডিত কৰি তোলাৰ বাবে কাম কৰি যাবলৈ নিৰ্দেশনা দিয়ে। মন্ত্ৰী...