November 21, 2025 9:22 PM

views 18

নতুন দিল্লীত নগৰ উন্নয়ন খণ্ডৰ বিশেষজ্ঞ আৰু অংশীদাৰসকলৰ সৈতে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ দ্বাদশ প্রাক-বাজেট আলোচনা

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে আজি নতুন দিল্লীত ২০২৬-২৭ বিত্তীয় বৰ্ষত কেন্দ্রীয় বাজেট সন্দৰ্ভত নগৰ উন্নয়ন খণ্ডৰ বিশেষজ্ঞ আৰু অংশীদাৰসকলৰ সৈতে দ্বাদশ প্রাক-বাজেট আলোচনাত মিলিত হয়। বৈঠকত কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব, ভাৰত চৰকাৰৰ মুখ্য অর্থনৈতিক উপদেষ্টা, বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰীগৰাকীয়ে আজি কেন্দ্রীয় বাজেট সন্দৰ্ভত আন্তঃগাঁথনি আৰু শক্তি খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে একাদশ প্রাক্-বাজেট আলোচনাত মিলিত হয়। বিত্ত মন্ত্ৰাল...