December 21, 2024 11:55 AM

views 13

জয়ছালমেৰত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীৰে সৈতে বিত্তমন্ত্ৰীৰ প্ৰাক্-বাজেট আলোচনা

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সভাপতিত্বত কালি সন্ধিয়া ৰাজস্থানৰ জয়ছালমেৰত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীসকলৰ সৈতে প্ৰাক বাজেট আলোচনা অনুষ্ঠিত হয়। সভাত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, গোৱা, হাৰিয়ানা, জম্মু-কাশ্মীৰ, মেঘালয় আৰু ওড়িশাৰ মুখ্যমন্ত্রী; অৰুণাচল প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু তেলেংগানাৰ উপ-মুখ্যমন্ত্রী; বিত্ত মন্ত্রীসকল, অন্যান্য মন্ত্ৰীসকলৰ লগত অৰ্থনৈতিক পৰিক্ৰমা আৰু ব্যয় বিভাগৰ সচিব, বিত্ত মন্ত্ৰালয় ত...