May 5, 2025 8:41 PM

views 36

এছিয়ান ডেভেলপমেণ্ট বেংকৰ সভাপতি মাছাতো কান্দাক সাক্ষাৎ বিত্তমন্ত্রী সীতাৰমণৰ

আজি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ইটালীৰ মিলানত অনুষ্ঠিত ৫৮ সংখ্যক এ দি বিৰ বাৰ্ষিক বৈঠকৰ সময়ত এছিয়ান ডেভেলপমেণ্ট বেংকৰ সভাপতি মাছাতো কান্দাক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতে ব্যক্তিগত খণ্ডৰ নেতৃত্বত অর্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ বাবে ভাৰতে বিভিন্ন পদক্ষেপেৰে ধাৰাবাহিকভাৱে অনুকুল নীতি আৰু নিয়ন্ত্ৰণ পৰিবেশ তন্ত্ৰ সৃষ্টি কৰি ৰাখিছে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ভাৰতে এ দি বি নতুন আৰু উদ্ভাৱনীমূলক বিত্তীয় সামগ্ৰী আৰম্ভ কৰাৰ সুযোগ প্ৰদান কৰে। প...

May 4, 2025 8:44 PM

views 35

এছিয়ান ডেভেলপমেণ্ট বেংক (এডিবি)ৰ বৰ্ড অৱ গভৰ্ণৰৰ বার্ষিক সভাত  অংশগ্রহণৰ বাবে বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ ইটালী ভ্ৰমণ

বিত্তমন্ত্রী নির্মলা সীতাৰমণে ইটালীৰ মিলানত অনুষ্ঠিত এছিয়ান ডেভেলপমেণ্ট বেংক (এডিবি) ৰ বৰ্ড অৱ গভৰ্ণৰৰ ৫৮ সংখ্যক বার্ষিক সভাত অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে আজিৰ পৰা ৭ মে’লৈ এই সভা অনুষ্ঠিত হৈছে। এই ভ্ৰমণকালত বিত্তমন্ত্ৰীগৰাকীয়ে ইটালী, জাপান আৰু ভূটানৰ বিত্ত মন্ত্ৰীসকলৰ লগতে অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰব্বীসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাতো ভাগ ল'ব। তদুপৰি তেওঁ মিলানত বিশেষজ্ঞ, ব্যৱসায়িক নেতা আৰু কাৰ্যবাহী সঞ্চালকসকলকো সাক্ষাৎ কৰিব। শ্ৰীমতী সীতাৰমণে মিলানত প্রবাসী ভাৰতীয় সকলৰ সৈতে মত বিনি...

February 17, 2025 8:33 PM

views 28

মুম্বাইত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডৰ বাবে উমৈহতীয়া ঋণ নিশ্চয়তা আঁচনিৰ শুভাৰম্ভ বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনে আজি মুম্বাইত ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডৰ বাবে উমৈহতীয়া ঋণ নিশ্চয়তা আঁচনিৰ শুভাৰম্ভ কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে ইয়াৰ ফলত যোৱা ৩ খন বাজেটত গুৰুত্ব আৰোপ কৰা ক্ষুদ্র, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডসমূহৰ উত্থান সম্ভৱ হ'ব। এই আঁচনিখনৰ জৰিয়তে বন্ধকী অবিহনে যন্ত্রপাতি বা সঁজুলি ক্ৰয়ৰ বাবে ক্ষুদ্র, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক এশ কোটি টকা পর্যন্ত ঋণৰ সুবিধা প্ৰদান কৰা হ'ব। ভাল লাভ আশা কৰা বিনিয়োগকাৰীসকলক ভাৰতে উপযুক্ত লাভ প...