November 7, 2025 7:51 PM November 7, 2025 7:51 PM

views 21

গুৱাহাটীত কেইবাটাও প্ৰকল্পৰ উদ্বোধন কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি সন্ধিয়া উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গে’টৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ৩০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্রকল্প ৰাজ্যখনত পৰ্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰ হৈ উঠিব বুলি আশা কৰা হৈছে। আনহাতে, সকলো বতৰতে কাৰ্যক্ৰম হৈ থাকিব পৰা প্ৰকল্পটোত ছহেজাৰ ৮০০ বৰ্গ মিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা গে’টৱে অৱ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰ...