June 9, 2025 12:20 PM
ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ, ১১খন জিলাৰ ৩ লাখ লোক এতিয়াও বানৰ কবলত
ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে আৰু যোৱা ২৪ ঘণ্টাত বানৰ ফলত কোনো প্রাণহানি, বিশেষ ক্ষয়-ক্ষতি আৰু ভূমিস্খলনৰ তথ্য পোৱা হোৱা নাই। অৱশ্যে ১১খন জিলাৰ ৭৪১খন গাঁৱৰ প্ৰায় ৩ লাখ লোক এ...