May 9, 2025 8:17 PM

views 20

দিল্লী বিমান বন্দৰত আজি ১৩৮ খন বিমানৰ সেৱা বাতিল

দিল্লী বিমান বন্দৰত আজি ১৩৮ খন বিমানৰ সেৱা বাতিল কৰা হয়। ইয়াৰ ভিতৰত অৱতৰণ কৰিবলগীয়া ৪ খন আন্তঃৰাষ্ট্ৰীয় বিমান, যাত্ৰা কৰিবলগীয়া ৫ খন আন্তঃৰাষ্ট্ৰীয় বিমান, ৬৩ খন অৱতৰণ কৰিবলগীয়া ঘৰুৱা বিমান আৰু ৬৬ খন যাত্ৰা কৰিবলগীয়া ঘৰুৱা বিমান আছে। যাত্রীসকলক শেহতীয়া বিমানৰ তথ্যৰ বাবে সংশ্লিষ্ট সংস্থাৰ তথ্য পৰীক্ষা কৰিবলৈ আৰু বিকল্প যাত্ৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱা হৈছে। পাকিস্তানৰ শেহতীয়া আগ্রাসী মনোভাবৰ প্ৰতি লক্ষ্য ৰাখি কিষণগঢ়, ভুন্তৰ আৰু লুধিয়ানা বিমান বন্দৰ বন্ধ কৰি দিয়া হৈছে। ইয়াৰ পূৰ্বে...