May 4, 2025 8:15 PM May 4, 2025 8:15 PM

views 22

শিক্ষক-শিক্ষয়িত্ৰীসকলক চাইকেল ব্যৱহাৰ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো ইয়াৰ ব্যৱহাৰৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই আজি পুৱা নতুন দিল্লীৰ মেজৰ ধ্যানচন্দ নেচনেল ষ্টেডিয়ামত অনুষ্ঠিত ফীট ইণ্ডিয়া চানদে'চ অন চাইকেল অভিযানৰ এটা বিশেষ সংস্কৰণত অংশগ্ৰহণ কৰে। তেওঁ কয়, যে শিক্ষক-শিক্ষয়িত্ৰীসকল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নায়ক সদৃশ। এই শিক্ষক-শিক্ষয়িত্ৰীসকলে চাইক্লিঙক ফেশ্বনৰ শাৰীলৈ তুলিব পাৰে আৰু সেইবাবে তেওঁলোক বিকশিত ভাৰতৰ যাত্ৰাত নায়ক হ'ব পাৰে। তেওঁ শিক্ষক-শিক্ষয়িত্ৰীসকলক চাইকেল ব্যৱহাৰ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলকো ইয়াৰ ব্যৱহাৰৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ...