July 4, 2025 8:19 PM July 4, 2025 8:19 PM

views 11

পৰহিলৈ সমগ্ৰ দেশৰ ছহেজাৰ স্থানত ফিট ইণ্ডিয়া ছাণ্ডেজ অন চাইকেল কাৰ্যসূচীৰ ৩০ সংখ্যক সংস্কৰণ আয়োজন

Resident welfare association ৰ সহযোগত পৰহিলৈ সমগ্ৰ দেশৰ ছহেজাৰ স্থানত ফিট ইণ্ডিয়া ছাণ্ডেজ অন চাইকেল কাৰ্যসূচীৰ ৩০ সংখ্যক সংস্কৰণ আয়োজন কৰা হ'ব। এদিনীয়া এই অনুষ্ঠানত দেশজুৰি ৫০ হাজাৰৰো অধিক ব্যক্তিয়ে প্ৰদূষণ আৰু মেদবহুলতামুক্ত ভাৰত গঢ়াৰ দিশত সুস্বাস্থ্যৰ বাবে চাইকেল চলাব। নতুন দিল্লীৰ মেজৰ ধ্যান চান্দ নেচনেল ষ্টেডিয়ামৰ পৰা মূল অনুষ্ঠানটোৰ ফ্লেগ অফ কৰা হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্রী মনসুখ মান্দাভিয়াই কয়,যে ফিট ইণ্ডিয়া চাইকেল অন ছাণ্ডেজ ক্রমান্বয়ে গণ আন্...

October 2, 2024 8:09 PM October 2, 2024 8:09 PM

views 5

নতুন দিল্লীত ৰাষ্ট্ৰজোৰা ফিট ইণ্ডিয়া স্বচ্ছতা ৰান শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ

গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ে নতুন দিল্লীত ৰাষ্ট্ৰজোৰা ফিট ইণ্ডিয়া স্বচ্ছতা ৰান শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। আজিৰেপৰা অহা ৩১ অক্টোবৰ অৰ্থাৎ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জয়ন্তীলৈকে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত এই স্বচ্ছতা দৌৰ কাৰ্যসূচীৰ ৰূপায়ণ কৰা হ'ব। আজি অনুষ্ঠানৰ শুভাৰম্ভ কৰি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ সচিব সুজাতা চতুর্বেদীয়ে কয় যে জাতিৰ পিতাগৰাকীয়ে সুস্থ জীৱনশৈলী আৰু পৰিচ্ছন্নতাৰ ওপৰত অত্যন্ত গুৰুত্ব আৰোপ কৰিছিল। এই ফ্ৰী...