April 9, 2025 3:54 PM April 9, 2025 3:54 PM

views 13

কামৰূপ জিলাৰ সকলো মীন ক্ষেত্ৰ আৰু প্ৰাকৃতিক জলাশয়ত মাছ ধৰাৰ ক্ষেত্ৰত জিলা আয়ুক্তৰ কেতবোৰ নিষেধাজ্ঞা

● মাছৰ প্ৰাকৃতিক প্ৰজনন আৰু বংশবৃদ্ধি নিশ্চিত কৰাৰ উদ্দেশ্যে কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই জিলাখনৰ সকলো মীন ক্ষেত্ৰ আৰু প্ৰাকৃতিক জলাশয়ত তৎকালে প্রযোজ্য হোৱাকৈ মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। সেই অনুসৰি অহা ১৫ জুলাই পর্যন্ত মাছৰ প্ৰজনন ঋতুৰ সময়ছোৱাত বেজাল, মহাজাল, ফাঁচিজাল বা অন্যান্য প্ৰকাৰৰ জাল ব্যৱহাৰ কৰি মাছ ধৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি এক বা দুই ছেণ্টিমিটাৰতকৈ কম পাহৰ জালেৰে সমগ্ৰ বছৰজুৰি মাছমৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। একেদৰে এপ্ৰিলৰ পৰা ৩১ জুলাইৰ সময়ছো...