July 10, 2024 12:04 PM July 10, 2024 12:04 PM
11
আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস
আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস। ১৯৫৭ চনৰ ১০ জুলাইত ভাৰতৰ দুগৰাকী বিজ্ঞানীয়ে মীন পালন ক্ষেত্ৰখনলৈ আগবঢ়াই থৈ যোৱা অনবদ্য অৱদানৰ স্মৃতি যুগমীয়া কৰাৰ লগতে দেশৰ প্ৰতিগৰাকী মীন পালক আৰু ভাৰতৰ মীন খণ্ডক সমৃদ্ধ কৰা সকলো বিজ্ঞানী তথা মৎস্য বিশেষজ্ঞলৈ ৰাজহুৱাকৈ ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যে ২০০১ চনৰ পৰা প্ৰতি বছৰে ১০ জুলাইৰ দিনটো ৰাষ্ট্ৰীয় মীন পালক দিৱস হিচাপে সমগ্র দেশজুৰি পালন কৰি অহা হৈছে। অসমকো মৎস্য উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে মীন বিভাগে প্রধানমন্ত্রী মৎস্য সম্প...