June 10, 2025 12:32 PM
এফ আই এইচ হকী প্ৰ’ লীগ প্রতিযোগিতাত ভাৰত নেদাৰলেণ্ডছৰ বিৰুদ্ধে ২-৩ গ’লত পৰাস্ত
২০২৪-২৫ বৰ্ষৰ পুৰুষৰ এফ আই এইচ হকী প্ৰ’ লীগ প্রতিযোগিতাত নেদাৰলেণ্ডছৰ আমষ্টেলভিনত কালি অনুষ্ঠিত এখন খেলত ভাৰত নেদাৰলেণ্ডছৰ বিৰুদ্ধে ২-৩ গ’লত পৰাস্ত হয়। বাগেনাৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত ...