August 22, 2024 12:04 PM August 22, 2024 12:04 PM

views 1

দেশত কাইলৈ প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হ’ব

সমগ্ৰ দেশত কাইলৈ প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হ’ব। যোৱা বছৰ এই দিনটোতে চন্দ্ৰযান-৩ অভিযানৰ বিক্ৰম নামৰ লেণ্ডাৰ যানখনে চন্দ্ৰপৃষ্ঠত নিৰাপদে অৱতৰণ কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীৰ ভাৰত মণ্ডপমত হ’বলগীয়া এই দিৱসৰ মূল অনুষ্ঠান মুকলি কৰিব। এইবেলি এই দিৱসৰ মূল বিষয়বস্তু হৈছে Touching Lives while Touching the Moon : India's Space Saga অর্থাৎ চন্দ্ৰপৃষ্ঠৰ লগতে জীৱনকো স্পৰ্শ কৰাঃ ভাৰতৰ মহাকাশ যাত্রা। সমাজ আৰু প্ৰযুক্তিৰ ওপৰত মহাকাশ অন্বেষণৰ গভীৰ প্ৰভাৱত গুৰুত্ব আৰোপ কৰি ...