September 8, 2024 11:20 AM September 8, 2024 11:20 AM

views 4

জ্যেষ্ঠ বিষয়া তুহিন কান্ত পাণ্ডেক কেন্দ্ৰীয় চৰকাৰৰ বিত্ত সচিব হিচাপে নিযুক্তি

কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া তুহিন কান্ত পাণ্ডেক বিত্ত সচিব হিচাপে নিয়োগ কৰিছে। তুহিন কান্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ ১৯৮৭ ৱেটছৰ ওড়িষাৰ কেডাৰৰ বিষয়া। তেওঁ সম্প্ৰতি বিত্ত মন্ত্ৰ্যালয়ৰ দুটা গুৰুত্বপূৰ্ণ বিভাগ-ৰাজহুৱা কোম্পানী বিভাগ আৰু বিনিয়োগ তথা ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা বিভাগৰ ভাৰপ্ৰাপ্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।