November 5, 2024 2:23 PM

views 43

হাৰিয়ানা, ত্ৰিপুৰা আৰু মিজোৰামৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে ২০২৪-২৫ বিত্তীয় বৰ্ষত পঞ্চদশ বিত্ত আয়োগৰ অনুদান মুকলি কেন্দ্ৰৰ

হাৰিয়ানা, ত্ৰিপুৰা আৰু মিজোৰামৰ গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে কেন্দ্ৰই ২০২৪-২৫ বিত্তীয় বৰ্ষত পঞ্চদশ বিত্ত আয়োগৰ অনুদান মুকলি কৰিছে। হাৰিয়ানাৰ পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান আৰু গ্ৰাম্য স্থানীয় নিশ্চয়সমূহক প্রথম কিস্তিৰ অংশ হিচাপে প্রায় ১৯৫ কোটি টকাৰ অনুদান প্ৰদান কৰা হৈছে। ৰাজ্যখনৰ ১৮ খন যোগ্য জিলা পঞ্চায়ত, ১৩৯ ব্লক পঞ্চায়ত আৰু ৫,৯১১ খন গ্ৰাম পঞ্চায়তে এই অনুদান লাভ কৰিব৷ একেদৰে ত্ৰিপুৰাৰ ১২৬০ খন গ্ৰাম্য স্থানীয় নিকায়ৰ বাবে ৩১.৪০ কোটি টকাৰ প্ৰথম কিস্তি আৰু ৪৭.১০ কোটি টকাৰ টাইদ অনুদানৰ প...

September 21, 2024 10:41 AM

views 34

২০২৩-২৪ বিত্তীয় বৰ্ষত ইউ পি আইৰ লেনদেনৰ মূল্য ২০০ লাখ কোটি টকালৈ বৃদ্ধি : বিত্ত মন্ত্ৰালয়

বিত্ত মন্ত্ৰ্যালয়ে কৈছে যে, ডিজিটেল ধনাদায়ৰ পৰিমাণ ২০১৭-১৮ বিত্তীয় বৰ্ষৰ দুহেজাৰ কোটিৰো অধিক হোৱাৰ বিপৰীতে ২০২৩-২৪ বিত্তীয় বৰ্ষত প্রায় ১৯ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে। আনহাতে ইউ পি আইৰ লেনদেনৰ পৰিমাণো এই সময়ছোৱাত প্ৰায় ৯০ কোটিৰ পৰা ১৩ হাজাৰ কোটিতকৈও অধিক বৃদ্ধি পাইছে। মন্ত্র্যালয়ে লগতে কয় যে, ২০২৩-২৪ বিত্তীয় বৰ্ষত ইউ পি আইৰ লেনদেনৰ মূল্য ২০০ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। ইফালে ইউ পি আইয়ে বর্তমান সাতখন দেশত পোনপটীয়া লেনদেনৰ সুবিধা প্ৰদান কৰিছে। দেশ কেইখন হৈছে– সংযুক্ত আৰব আমিৰী ৰাষ্ট্...