July 7, 2024 8:38 PM
90
উদ্যোগ আৰু সামাজিক খণ্ডৰ প্ৰতিনিধিৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্রাক বাজেট সমীক্ষা সম্পন্ন
কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্রাক বাজেট আলোচনা সম্পূৰ্ণ কৰিছে। বাজেট প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ অংশ হিচাপে বিত্তমন্ত্ৰীগৰাকীয়ে উদ্যোগ আৰু সামাজিক খণ্ডৰ প্ৰতিনিধিকে ধৰি বিভিন্ন অংশীদাৰৰ সৈতে আলোচনা প্রক্রিয়া সম্পূৰ্ণ কৰিছে। যোৱা ১৯ জুনৰ পৰা ৫ জুলাইলৈকে বিত্ত মন্ত্ৰালয়ত এই সন্দৰ্ভত বৈঠকৰ আয়োজন কৰা হয়। বিত্ত মন্ত্ৰালয়ে আজি প্ৰকাশ কৰা এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি ২০২৪-২৫ বৰ্ষৰ প্ৰাক বাজেট পৰামৰ্শ সম্পৰ্কীয় বৈঠকত ১০ টা বিভিন্ন ক্ষেত্ৰৰ অংশীদাৰ গোটৰ কমেও ১২০ গৰ...