July 10, 2025 12:56 PM

views 18

ৰাজ্যৰ বিত্ত বিভাগৰ দৰমহা নিৰিখৰ সামগ্ৰিক পুনৰীক্ষণৰ নিৰ্দেশ জাৰি

ৰাজ্যৰ বিত্ত বিভাগে চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰি থকা দৰমহা নিৰিখৰ সামগ্ৰিক পুনৰীক্ষণৰ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ বাবে প্ৰতিখন জিলাত একোখনকৈ পাঁচজনীয়া সমিতি গঠন কৰা হৈছে। পদোন্নতি, পদৰ উন্নীতকৰণ, এম এ চি পি, দৰমহা সংশোধনীকে ধৰি বিভিন্ন ক্ষেত্ৰত কৰ্মচাৰীসকলৰ দৰমহা নিৰিখ সংশোধনীৰ প্ৰয়োজন হয় আৰু এইক্ষেত্ৰত হোৱা ত্ৰুটিৰ বাবে কৰ্মচাৰীয়ে অতিৰিক্ত ধন আদায় কৰাটো বন্ধ কৰাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে। বিভাগীয় মুৰববী আৰু জিলা কাৰ্যালয়ৰ জিম্মাত ছাৰ্ভিচ বুক থকা সকলো অৰাজপত্রিত বিষয়া-কৰ্মচাৰীক এই পুনৰীক্...