September 27, 2024 6:33 PM

views 27

ষষ্ঠদশ বিত্ত আয়োগৰ প্ৰতিনিধিৰ বৰখাটৰ মহিলা খাদ্য সংশাধন সমবায় সমিতি ভ্ৰমণ

ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ অৰবিন্দ পানাগাৰিয়া আৰু অন্যান্য সদস্যসকলে আজি কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰখাটত থকা মহিলা খাদ্য সংশাধন সমবায় সমিতি ভ্ৰমণ কৰে। উল্লেখযোগ্য যে, অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ সহযোগত এই সমবায় সমিতিখন গঠন কৰা হৈছে। বিত্ত আয়োগৰ অধ্যক্ষ আৰু সদস্যসকলে সমবায় সমিতিখনৰ কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকে প্ৰস্তুত কৰি উলিওৱা সামগ্ৰীসমূহৰ বিষয়ে বুজ লয়। তেওঁলোকে বজাৰৰ সৈতে থকা সমবায় সমিতিৰ সদস্যসকলৰ যোগাযোগ ব্যৱস্থাৰ লগতে আন আন প্ৰাসংগিক...