September 4, 2026 5:18 PM
16
সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত ২০২৭ বৰ্ষৰ ১৯ আৰু ২০ ফেব্ৰুৱাৰীত ছ’ল চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন
সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত অহা বছৰৰ ১৯ আৰু ২০ ফেব্ৰুৱাৰীত ছ’ল চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত কালি জনতাভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, এই মহোৎসৱত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো জনগোষ্ঠীৰ হেৰাই যাবলৈ ধৰা কৃষি পদ্ধতিকে ধৰি বিভিন্ন পৰম্পৰাক ভৱিষ্যৎ প্ৰজন্মৰ বাবে সাচি ৰাখিব পৰাকৈ নিৰ্মাণ কৰা তথ্যচিত্ৰৰ প্রতিযোগিতা অনুষ্ঠিত হব। ইয়াৰ বাবে প্ৰায় ৭১ খন এনে তথ্য চিত্ৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। সাংস্কৃতিক ...