October 14, 2025 11:35 AM October 14, 2025 11:35 AM

views 18

চলচ্চিত্ৰইহে দৰ্শকক সঠিক মাৰ্গ দেখুৱাব পাৰে: জাহ্নু বৰুৱা

● চলচ্চিত্ৰ সমাজৰ বাবে গঠনমূলক আৰু মানৱতাবাদী হোৱা উচিত। গঠনমূলক চলচ্চিত্ৰইহে দৰ্শকক সঠিক মাৰ্গ দেখুৱাব পাৰে বুলি কালি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্র নির্মাতা জাহ্নু বৰুৱাই ডিব্ৰুগড়ত মন্তব্য কৰে। অসম কলেজ শিক্ষক সংস্থা, ডিব্ৰুগড় হনুমানবক্স সুৰযমল কানৈ মহাবিদ্যালয় গোটৰ উদ্যোগত অষ্টবিংশতিতম ড° যোগীৰাজ বসু স্মাৰক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে এই মন্তব্য কৰে। বক্তৃতাৰ আৰম্ভণিতে জাহ্নু বৰুৱাই ড° যোগীৰাজ বসু আৰু কৃষ্ণকান্ত সন্দিকৈৰ সংস্কৃত পাণ্ডিত্যৰ কথা শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে সংস্কৃত...

January 24, 2025 5:47 PM January 24, 2025 5:47 PM

views 10

চলচ্চিত্র নির্মাতা ৰাম গোপাল বার্মাক চেক বাউন্স হোৱা গোচৰত ৩ মাহৰ সাধাৰণ কাৰাবাসৰ দণ্ড

মুম্বাইৰ আন্ধেৰীৰ দণ্ডাধীশলৰ আদালতে দেশৰ খ্যাতিসম্পন্ন চলচ্চিত্র নির্মাতা ৰাম গোপাল বার্মাক চেক বাউন্স হোৱা এটা গোচৰত দোষী সাব্যস্ত কৰি তিনি মাহৰ সাধাৰণ কাৰাবাসৰ দণ্ড বিহিছে। হস্তান্তৰযোগ্য লেখা অধিনিয়মৰ ১৩৮ নম্বৰ ধাৰাৰ অধীনত মহেশ চন্দ্ৰ মিশ্ৰ নামৰ ব্যক্তিএগাৰাকীয়ে প্ৰতিনিধিত্ব কৰা শ্ৰী নামৰ এটা প্রতিষ্ঠানে সাত বছৰ পূৰ্বে এই গোচৰটো ৰুজু কৰিছিল। গোচৰটোৰ শুনানি গ্ৰহণ কৰি আন্ধেৰী দণ্ডাধীশৰ আদালতে শ্রী বার্মাক দোষী সাব্যস্ত কৰি তেওঁক কাৰাদণ্ড বিহে। এই কাৰাবাসৰ অতিৰিক্তভাৱে অভিযোগকাৰীক ক্ষতিপূৰণ হি...