December 28, 2024 9:16 PM

views 16

মুম্বাইত অহা ১০ৰ পৰা ১৬ জানুৱাৰীলৈ একবিংশ থার্ড আই এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন

মুম্বাইত অহা ১০ৰ পৰা ১৬ জানুৱাৰীলৈ একবিংশ থার্ড আই এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ অংশ হিচাপে অন্ধেৰি, থানে, ছিয়ৰ লগতে কেইবাটাও স্থানৰ চলচ্চিত্ৰ গৃহসমূহত মুঠ ৬১ খন ছবি প্ৰদৰ্শন কৰা হ’ব। কাঞ্চ চলচ্চিত্ৰ মহোৎসৱৰ আনচাৰটেইন ৰিগার্ড শাখাত শ্ৰেষ্ঠ ছবি হিচাপে সন্মানিত দ্যা ব্লেক ডগ শীৰ্ষক ছবিখনৰ প্ৰদৰ্শনেৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰা হ’ব। যশস্বী চিত্ৰনাট্যকাৰ আৰু গীতিকাৰ জাভেদ আখতাৰক এই মহোৎসৱত এছিয়ান ফিল্ম কালচাৰ বঁটাৰে সন্মানিত কৰা হ’ব। একেদৰে, সাংবাদিক ৰফিক বাগদাদিলৈ সত্যজিৎ ৰায় স...

August 16, 2024 7:56 PM

views 16

২০২২ বৰ্ষৰ ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ ঘোষণা

২০২২ বৰ্ষৰ বাবে ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাসমূহ ঘোষণা কৰা হৈছে। ‘কান্তাৰা’ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে ঋষভ চেত্ৰীক শ্রেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছে। তামিল কথাছবি ‘তিৰুচিত্ৰমবলম’ত কৰা অভিনয়ৰ বাবে নিত্যা মেনন আৰু গুজৰাটী চলচ্চিত্র ‘কচ্চ এক্সপ্ৰেছ’ত কৰা অভিনয়ৰ বাবে মানসী পাড়েখলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আগবঢ়োৱা হৈছে। চলচ্চিত্ৰ জুৰিৰ অধ্যক্ষ ৰাহুল ৰাৱেইল, তথ্যচিত্ৰ জুৰিৰ অধ্যক্ষ নীলা মাধৱ পাণ্ডা আৰু চিনেমা সম্পৰ্কীয় শ্রেষ্ঠ লিখনিৰ জুৰিৰ অধ্যক্ষ গংগাধৰ মুদালিয়াৰে এই বঁটাসমূহ ঘোষণা ক...