August 21, 2025 5:36 PM

views 21

ত্রিবেণী ৰয়ৰ শ্বেপ অব্ ম’ম’ নামৰ চলচ্চিত্ৰখনক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভিজন ছেক্সনৰ বাবে আনুষ্ঠানিকভাৱে বাছনি

ত্রিবেণী ৰয়ৰ শ্বেপ অব্ ম'ম' নামৰ চলচ্চিত্ৰখনক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভিজন ছেক্সনৰ বাবে আনুষ্ঠানিকভাৱে বাছনি কৰা হৈছে। দক্ষিণ কোৰিয়াৰ বুছান চহৰত প্ৰতিবছৰে অনুষ্ঠিত এই চলচ্চিত্ৰ মহোৎসৱ এছিয়াৰ আটাইতকৈ সন্মানীয় আৰু প্ৰসিদ্ধ মহোৎসৱ বুলি গণ্য কৰা হয়। এছিয়াৰ চলচ্চিত্ৰসমূহক বিশ্ব প্রেক্ষাপটলৈ লৈ যোৱাই এই চলচ্চিত্ৰ মহোৎসৱৰ মূল উদ্দেশ্য। এই মহোৎসৱৰ ভিজন ছেক্সনত এছিয়াৰ উদীয়মান আৰু কিছু পৰিমাণে অভিজ্ঞ তথা সাহসী আৰু মৌলিক কাহিনী প্ৰদৰ্শন কৰা হয়। ত্রিবেণী ৰায়ৰ প্ৰথম চলচ্চিত্ৰ শ্বেপ ...

November 20, 2024 5:32 PM

views 25

গোৱাৰ পানাজীত আৰম্ভ ৫৫ সংখ্যক ‘ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ’

৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ আজি গোৱাৰ পানাজীত আৰম্ভ হৈছে। অষ্ট্ৰেলিয়াৰ ছবি নির্মাতা মার্কেল গ্ৰেচিৰ ছবি দ্যা বেটাৰমেনৰ প্ৰদৰ্শনৰে এইবাৰৰ মহোৎসৱৰ ছবি প্ৰদৰ্শন আৰম্ভ হয়। আজি বিয়লি ৫ বজাত পানাৰ্জীৰ শ্যামাপ্রসাদ মুখার্জী ষ্টেডিয়ামত জাকজমকতাপূৰ্ণ অনুষ্ঠানৰ মাজেৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰা হৈছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়, ৰাষ্ট্ৰীয় চলচ্চিত্র উন্নয়ন নিগম-এন এফ ডি চি আৰু গোৱা চৰকাৰৰ অধীনস্থ গোৱা বিনোদন চছাইটিৰ উদ্যোগত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱৰ মূল শাখাত এইবাৰ মুঠ ২৭০ খন ছবি ...

June 18, 2024 7:47 PM

views 21

বিশ্ব প্রসিদ্ধ চলচ্চিত্র নির্মাতা বিনোদ গনাত্রাক নেলচন মেণ্ডেলা জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত

বিশ্ব প্রসিদ্ধ চলচ্চিত্র নির্মাতা বিনোদ গনাত্রাক চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে দক্ষিণ আফ্ৰিকাৰ নেলচন মেণ্ডেলা জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হৈছে। বিনোদ গনাত্ৰা এই সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় । তেওঁক শিশুৰ চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে সপ্তম নেলচন মেণ্ডেলা চলচ্চিত্র মহোৎসৱত এই সন্মানেৰে সন্মানিত কৰা হয়। চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে ৪শৰো অধিক তথ্যচিত্ৰৰ পৰিচালনা আৰু সম্পাদনা কৰিছিল । ইয়াৰ উপৰি তেওঁ শিশু আৰু যুৱ প্ৰজন্মৰ বাবে ২৫ টা বহুভাষিক টেলিভিশ্বন অনুষ্ঠানৰ প্ৰযোজনা কৰি...

June 15, 2024 2:41 PM

views 31

আজিৰে পৰা অষ্টাদশ মুম্বাই আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ

অষ্টাদশ মুম্বাই আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ আজিৰে পৰা অনুষ্ঠিত হ'ব। মহানগৰখনৰ পেড্ডাৰ ৰোডত থকা ফিল্ম ডিভিজনৰ চৌহদত বিয়লি ৪ বজাত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেশৰ ভন্নি প্ৰান্তৰ দৰ্শকৰ কাষলৈ এই মহোৎসৱক লৈ যোৱাৰ উদ্দেশ্যে দিল্লী, কলকাতা, পুনে আৰু চেন্নাইত সমান্তৰালভাৱে চিনেমা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। এই চাৰিখন মহানগৰতে ৰে'ড কার্পেটৰো ব্যৱস্থা থাকিব। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি নেচনেল জিঅ'গ্ৰাফিকৰ তথ্যচত্রি বিল্লী এণ্ড মল্লি : এন অ'টাৰ লাভষ্টৰী এইবাৰৰ মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব। মহোৎসৱৰ...

June 15, 2024 1:32 PM

views 16

আজিৰে পৰা ২১ জুনলৈকে ১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

মুম্বাইত আজিৰে পৰা ২১ জুনলৈ ৭ দিনীয়াকৈ ১৮ সংখ্যক মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হ'ব। National Geographic's ৰ তথ্যচিত্ৰ ‘Billy and Molly: An Otter Love Story'ৰ প্ৰদৰ্শনৰে এই মহোৎসৱৰ আৰম্ভণি হ'ব। উদ্বোধনী বোলছবিখন আজি দিল্লী, ক'লকাতা, চেন্নাই আৰু পুনেত সমান্তৰালভাৱে প্ৰদৰ্শন কৰা হ'ব। ৰেড কার্পেট অনুষ্ঠানৰ সময়ত দিল্লীত ১৭ জুনত, চেন্নাইত ১৮ জুনত, কলকাতাত ১৯ জুনত আৰু পুনেত ২০ জুনতো এই বোলছবি প্ৰদৰ্শিত হ'ব। ৭৮ মিনিট জোৰা Billy and Molly: An Otter Love Story শীর্ষক বোলছবিখনৰ নিৰ্দেশনা...