August 27, 2025 12:09 PM
18
সংঘাতৰ পৰা মুক্ত প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ওপৰত গুৰুত্ব আৰোপ ফিজিৰ প্ৰধানমন্ত্রীৰ
ফিজিৰ প্ৰধানমন্ত্রী ছিটিভেনী ৰাবুকাই সংঘাতৰ পৰা মুক্ত প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ওপৰত গুৰুত্ব আৰোপ কৰি শান্তিৰ মহাসাগৰৰ দৃষ্টিভংগী দাঙি ধৰিছে। এই দৃষ্টিভংগী আলোচনা, কূটনীতিক আৰু সহমতৰ দ্বাৰা পৰিচালিত হ'ব লাগে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সহযোগিতা আৰু সন্মান প্ৰদৰ্শন কৰিব লাগে। ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ উদ্যোগত আয়োজিত শান্তিৰ মহাসাগৰ বিষয়ক এটা বক্তৃতা অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী ৰাবুকাই এই মন্তব্য কৰে। তেওঁ ভৱিষ্যত প্ৰজন্মৰ বাবে অঞ্চলটোৰ ...