May 24, 2024 11:53 AM May 24, 2024 11:53 AM
12
FIH প্র’-লীগ ইউৰোপীয়ান লেগৰ এখন খেলত ভাৰতৰ পুৰুষ হকী দলটো বেলজিয়ামৰ হাতত পৰাস্ত
FIH প্র’-লীগ ২০২৩-২৪ ইউৰোপীয়ান লেগৰ এখন খেলত কালি ভাৰতৰ পুৰুষ হকী দলটো অলিম্পিক চেম্পিয়ন বেলজিয়ামৰ হাতত ১-৪ গ'লৰ ব্যৱধানত পৰাস্ত হয়। হৰমন প্রীত সিং নেতৃত্বাধীন ভাৰতীয় দলটোৱে ইয়াৰ পূৰ্বে পৰহিৰ এখন খেলত আৰ্জেণ্টিনাক পৰাস্ত কৰিছিল। প্ৰতিযোগিতাৰ পইণ্ট তালিকাত ভাৰতে ১০খন খেলৰ পৰা ১৭ পইণ্ট লাভ কৰি তৃতীয় স্থানত থকাৰ বিপৰীতে বেলজিয়ামে ৬খন খেলৰ পৰা ৬ পইণ্টেৰে সপ্তম স্থানত আছে। ইপিনে, ভাৰতৰ মহিলা হকী দলটোৱে কালি বেলজিয়ামৰ হাতত ২-০ গ'লত পৰাজিত হয়। খেলখনত ভাৰতে সুন্দৰ আৰম্ভণিৰে কেইবাটাও পেনাল্টি ক...