June 8, 2024 9:08 PM
7
FIH Pro league হকী প্রতিয়োগিতাত জাৰ্মানীৰ হাতত পৰাস্ত ভাৰত
FIH Pro league হকী প্রতিয়োগিতাত ভাৰতে আশাব্যঞ্জক আৰম্ভণি সত্ত্বেও জাৰ্মানীৰ হাতত ৪-২ গ'লত পৰাজিত হয়। ভাৰতে খেলৰ আৰম্ভণিতে ২টাকৈ গ’ল দি খেলখনত আধিপত্য বিস্তাৰ কৰে যদিও জাৰ্মানীয়ে খেলৰ দ্বিতীয়ার্ধত ভাৰতক চাপত ৰাখিবলৈ সমৰ্থ হয়। ভাৰতৰ ৰক্ষাক্রম জাৰ্মানীৰ ধাৰাবাহিক আক্ৰমণৰ ফলত দুৰ্বল হৈ পৰে। জাৰ্মানসকলে সুযোগ গ্ৰহণ কৰি খেলখনত ৪-২ৰ ব্যৱধানত জয়লাভ কৰে।