December 2, 2025 11:56 AM

views 23

মহিলাৰ এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপত নামিবিয়াক পৰাস্ত কৰি ভাৰতৰ অভিযান আৰম্ভ

মহিলাৰ এফ আই এইচ হকী জুনিয়ৰ বিশ্বকাপ প্ৰতিযোগিতাত ভাৰতৰ মহিলা দলটোৱে নামিবিয়াৰ বিৰুদ্ধে ১৩–০ গ’লৰ ব্যৱধানত বিজয় সাব্যস্ত কৰি নিজৰ অভিযান আৰম্ভ কৰিছে। চিলিৰ ছাণ্টিয়াগ’ত চলি থকা প্ৰতিযোগিতাৰ প্ৰথমখন খেলত বিজয়েৰে ভাৰতৰ দলটো তালিকাৰ শীৰ্ষক উপনীত হৈছে। দলৰ হৈ হিনা বানু আৰু কনিকা চিৱাছে হেট্ৰিক কৰাৰ লগতে সাক্ষী ৰানাই দুটা গ’ল কৰে। বিনিমা ধন, সাক্ষী শুক্লা, সোনম, ঈচিকা আৰু মনীষাই এটাকৈ গ'ল দিয়ে। জ্যোতি সিঙে নেতৃত্ব দিয়া ভাৰতীয় জুনিয়ৰ মহিলা দলটোক আয়াৰলেণ্ড, জার্মানী আৰু নামিবিয়াৰ সৈতে পুল-চিত...

February 22, 2025 12:02 PM

views 19

এফ আই এইচ প্ৰ’ লীগ হকী প্ৰতিযোগিতাৰ এখন খেলত ভাৰতৰ হাতত আয়াৰলেণ্ড পৰাস্ত

এফ আই এইচ প্ৰ' লীগ হকী প্ৰতিযোগিতাত যোৱা নিশা ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত খেলত ভাৰতৰ পুৰুষ দলে আয়াৰলেণ্ডক ৩-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। আয়াৰলেণ্ডৰ জেৰেমি ডানকানে ৮ মিনিটত দিয়া প্ৰথমটো গ'লেৰে শক্তিশালীভাৱে খেল আৰম্ভ কৰিছিল যদিও ভাৰতৰ মনদীপ সিঙে প্ৰথমটো গ'ল দি দলটোক সবল স্থিতিলৈ আনে। ভাৰতৰ হৈ জাৰমান প্রীত সিং আৰু সুখজিত সিঙে এটাকৈ গ'ল দিয়ে। দুয়োটা দল আজি একেখন ষ্টেডিয়ামতে আন এখন খেলত অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি ৫ খন খেলৰ ৯ পইণ্টেৰে তালিকাৰ পঞ্চম...