June 11, 2024 11:29 AM June 11, 2024 11:29 AM
15
ফিফা বিশ্বকাপ এ এফ চি কোৱালিফায়াৰৰ খেলত ভাৰত কাটাৰৰ মুখামুখি
ভাৰতৰ পুৰুষৰ ফুটবল দলটো আজি দোহাত ২০২৬ চনৰ ফিফা বিশ্বকাপ এ এফ চি কোৱালিফায়াৰ প্রতিযোগিতাৰ এখন গুৰুত্বপূৰ্ণ খেলত এছিয়াৰ সাম্প্ৰতিক চেম্পিয়ন কাটাৰৰ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৯ বাজি ১৫ মিনিটত আৰম্ভ হ'ব। কোৱালিফায়াৰ প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হ'বৰ বাবে ভাৰতে গ্ৰুপ-এৰ শীৰ্ষ দুটা স্থানৰ যিকোনো এটা দখল কৰিব লাগিব। ইপিনে প্রতিযোগিতাৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ কৰা দলসমূহে সমান্তৰালভাৱে ছৌদি আৰৱত হ'বলগীয়া ২০২৭ বৰ্ষৰ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ বাবেও যোগ্যতা অৰ্জন কৰ...