May 29, 2024 6:33 PM

views 23

নতুন দিল্লীত এফ আই চি চি আইৰ COLD CHAIN AND LOGISTICS SUMMIT আয়োজন

নতুন দিল্লীত এফ আই চি চি আয়ে COLD CHAIN AND LOGISTICS SUMMIT আয়োজন কৰিছে। এই সন্মিলনৰ লক্ষ্য হৈছে ভাৰতত নষ্ট হ'ব পৰা সামগ্ৰীমূহৰ বাবে সংহত, বহনক্ষম আৰু কাৰ্যক্ষম শীতল শৃংখল পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা। এই সন্মিলনত ভাষণ দি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ৰ দি পি আই আই টিৰ যুটীয়া সচিব ড০ সুৰেন্দ্ৰ আহিৰৱাৰে কৈছে যে, শীতল শৃংখল আৰু ৰচদপাতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ প্ৰয়োজন। তেওঁ লগতে কৈছে যে, এই আলোচনাই ঔষধ পাতি, খাদ্য, তেল আৰু ফুলকে ধৰি বহল পৰিসৰত ৰচদ পাতিৰ ব্যৱস্থাক প...