July 9, 2025 2:32 PM July 9, 2025 2:32 PM

views 7

সন্ত্রাসবাদী আক্ৰমণৰ বাবে সামগ্ৰী আহৰণ কৰিবলৈ ই-বাণিজ্য মঞ্চসমূহৰ ব্যৱহাৰ কৰা হয় : এফ এ টি এফ

ভাৰতত সন্ত্রাসবাদী আক্ৰমণৰ বাবে সামগ্ৰী আহৰণ কৰিবলৈ ই-বাণিজ্য মঞ্চসমূহৰ ব্যৱহাৰ কৰা হয় বুলি সন্ত্রাসবাদী সংগঠনলৈ পুঁজি যোগানৰ ঘটনা নিৰীক্ষণৰ বাবে থকা গোলকীয় সংস্থা বিত্তীয় কার্যবাহিনী এফ এ টি এফ-এ প্রকাশ কৰিছে। জম্মু-কাশ্মীৰৰ পুলৱামা আক্ৰমণ আৰু উত্তৰ প্ৰদেশৰ গোৰখনাথ মন্দিৰৰ ওপৰত হোৱা আক্ৰমণত এই কথা পোহৰলৈ আহিছে। এফ এ টি এফ-এ সন্ত্ৰাসবাদী সংগঠনলৈ পুঁজি যোগান সম্পৰ্কীয় বিস্তৃত প্ৰতিবেদনত সন্ত্ৰাসবাদীলৈ পুঁজি যোগানৰ বাবে সামাজিক মাধ্যম, বাৰ্তা প্ৰেৰণৰ এপ আৰু পুঁজি সংগ্ৰহৰ ছাইটসমূহৰ অপব্যৱহাৰ কৰ...