November 14, 2024 9:16 PM November 14, 2024 9:16 PM
4
কেন্দ্ৰীয় চৰকাৰে জনজাতীয় লোকসকলৰ কল্যাণ আৰু উন্নয়নৰ যাত্ৰা দ্রুতগতিৰে আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰিছেঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
কেন্দ্ৰীয় চৰকাৰে জনজাতীয় লোকসকলৰ কল্যাণ আৰু উন্নয়নৰ যাত্ৰা দ্রুত গতিৰে আগবঢ়াই লৈ যোৱাৰ লগতে এই লোকসকল দীর্ঘ দিন ধৰি বঞ্চিত হৈ থকা বুনিয়াদী সা-সুবিধাসমূহকে ধৰি সকলো সুবিধা প্ৰদান কৰাৰ বাবে ব্যৱস্থা কৰিছে। জনজাতীয় গৌৰৱ দিৱসৰ প্রাকসন্ধ্যা আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্রকাশ কৰে। তেওঁ কয়, যে স্বাধীনতাৰ কেইবা দশক পাছতো জনজাতীয় সম্প্ৰদায়ৰ বহু লোক পানীযোগান, বিদ্যুৎ, পথ যোগাযোগ, গৃহ, স্বাস্থ্য সেৱাৰ সুবিধা, শিক্ষা আৰু নিয়োগকে ধৰি ভালেমান বুনিয়...