August 4, 2024 7:17 PM August 4, 2024 7:17 PM

views 10

বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসাৰ মাচুল বৃদ্ধি

বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে প্ৰতিষ্ঠানখনত শেহতীয়াকৈ চিকিৎসাৰ মাচুল বৃদ্ধি হোৱা বুলি সদৰি কৰিছে। তেওঁ কয় যে, বিগত ২০০২ চনত শেষবাৰৰ বাবে মাচুল বৃদ্ধি কৰাৰ পাছত এইবেলি চিকিৎসাৰ সৈতে জড়িত সকলো ধৰণৰ ব্যয় সামান্য পৰিমাণে বৃদ্ধি কৰা হৈছে। ব্যক্তিগত খণ্ডৰ চিকিৎ‍সালয়সমূহত হোৱা ব্যয়ৰ জৰীপৰ ভিত্তিত জনসাধাৰণৰ অসুবিধা নোহোৱাকৈ তেজৰ পৰীক্ষা, এক্সৰেৰ পৰা আৰম্ভ কৰি পেইং কেবিনলৈকে কেইবাটাও ক্ষেত্ৰত মাচুল ন্যূনতম পৰিমানে বৃদ্ধি কৰা হৈছে। আয়ুষ্মান ভা...