ডাউনলোড
মোবাইল এপ

android apple
signal

February 10, 2025 1:22 PM

আজি তিনিচুকীয়া, শোণিতপুৰ আৰু বিশ্বনাথত গোধা ৰোগ নিৰ্মূল অভিযানৰ অধীনত সমূহীয়া ঔষধ সেৱা কাৰ্যসূচী

তিনিচুকীয়া, শোণিতপুৰ আৰু বিশ্বনাথ জিলাত আজি ফাইলেৰীয়া অৰ্থাৎ‍ গোধা ৰোগ নিৰ্মূল অভিযানৰ অধীনত সমূহীয়া ঔষধ সেৱা কাৰ্যসূচী আৰম্ভ হ'ব। ১৯ ফেব্ৰুৱাৰীলৈ চলিবলগীয়া এই অভিযানে তিনিচুকীয়াৰ...