October 16, 2024 6:41 PM October 16, 2024 6:41 PM

views 20

বৰপেটাত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলৰ চিকিৎসক হিচাপে ৰাইজক সেৱা আগবঢ়োৱাৰ শপত গ্ৰহণ

বৰপেটাত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ২০২৪-২৫ বৰ্ষত এম বি বি এছ পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে চিকিৎসক হিচাপে আগন্তুক দিনবোৰত ৰাইজক সেৱা আগবঢ়োৱাৰ শপত গ্ৰহণ কৰে। এই অনুষ্ঠানত শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগু, বৰপেটা জিলা আয়ুক্তসহ মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু অধ্যাপকসকল উপস্থিত থাকে। এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ দি শিক্ষা মন্ত্ৰীগৰাকীয়ে অসমৰ স্বাস্থ্য খণ্ডলৈ বৈপ্লৱিক পৰিৱৰ্তন আহিছে বুলি কয়। নতুন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ জৰিয়তে এই পৰিৱৰ্তন আহিলেও এতিয়াও...