September 20, 2025 12:58 PM September 20, 2025 12:58 PM
12
ভাৰতীয় নাগৰিকক ইৰাণত কর্মসংস্থাপনৰ প্ৰতিশ্ৰুতি অথবা প্ৰস্তাৱৰ প্ৰতি সমর্থন নজনাবলৈ পৰামৰ্শ
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় নাগৰিকসকলক ইৰাণত কর্মসংস্থাপনৰ প্ৰতিশ্ৰুতি অথবা প্ৰস্তাৱৰ প্ৰতি সমর্থন নজনাবলৈ পৰামৰ্শ দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিত কয়, যে শেহতীয়াকৈ ভাৰতীয় নাগৰিকসকলক ইৰাণত কর্মসংস্থাপনৰ মিছা প্ৰতিশ্ৰুতি দিয়া আৰু অন্য দেশলৈ কর্মসংস্থাপনৰ বাবে প্ৰেৰণ কৰাৰ প্রলোভন দিয়াৰ বহু ঘটনা পোহৰলৈ আহিছে। নিয়োগৰ বাবে এনেদৰে ইৰাণলৈ যোৱা বহু ভাৰতীয়ক অপৰাধী গোটে অপৰহণ কৰি তেওঁলোকৰ পৰিয়ালৰ পৰা ধন দাবী কৰে । মন্ত্র্যালয়ে লগতে কয়, যে ইৰাণ চৰকাৰে কেৱল পৰ্যটনৰ বাবেহে ...