September 27, 2025 8:24 PM September 27, 2025 8:24 PM

views 6

ব্রাজিলৰ বিদেশ মন্ত্ৰী, দক্ষিণ আফ্ৰিকাৰ মহিলা যুৱ আৰু দিব্যাংগ দপ্তৰৰ মন্ত্ৰীৰে বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে নিউয়র্কত থকা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশ লোৱাৰ সুযোগতে ব্রাজিলৰ বিদেশ মন্ত্ৰী মাউৰো ভিয়েৰা, দক্ষিণ আফ্ৰিকাৰ মহিলা যুৱ আৰু দিব্যাংগ দপ্তৰৰ মন্ত্ৰী সিন্দিছুৱে চিকুংগাৰ সৈতে বৈঠকত মিলিত হয়। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি ত্ৰয়োদশ ভাৰত, ব্রাজিল, দক্ষিণ আফ্রিকা ত্রিপাক্ষিক বৈঠকত দেশ দুখনৰ মন্ত্ৰী দুগৰাকীয়ে অলপতে জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে নিৰীহ লোকক হত্যা কৰা বৰ্বৰ ঘটনাৰ তীব্ৰ গৰিহণা দিয়ে। তেওঁলোকে সকলো ধৰণৰ সন্ত্ৰাসবাদী কার্যকলাপ তথা সন্ত...

May 15, 2025 9:21 PM May 15, 2025 9:21 PM

views 5

ভাৰত-পাকিস্তানৰ মাজত কোনো তৃতীয় পক্ষই মধ্যস্থতা কৰাৰ বিষয়টো বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ নস্যাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি ভাৰত আৰু পাকিস্তানৰ মাজত কোনো তৃতীয় পক্ষই মধ্যস্থতা কৰাৰ বিষয়টো নস্যাৎ কৰে। তেওঁ কয়, যে ইছলামাবাদৰ সৈতে ভাৰতে দ্বিপাক্ষিক আলোচনা কৰিবলৈহে আগ্রহী। নতুন দিল্লীত অনুষ্ঠিত এটা অনুষ্ঠানত ভাগ লৈ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ড০ জয়শংকৰে কয়, যে ভাৰতে পাকিস্তানৰ সৈতে এই বিষয়ত কথা পাতিব সেই কথা ইতিমধ্যে স্পষ্ট কৰি দিছে। পাকিস্তানে ভাৰতৰ ভূখণ্ড অবৈধভাৱে দখল কৰা পাকিস্তান অধিকৃত কাশ্মীৰ সন্দৰ্ভৰ্তহে আলোচনা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয়, যে এ...