June 1, 2024 7:50 PM June 1, 2024 7:50 PM

views 25

লোকসভা নিৰ্বাচনৰ সামৰণিৰ লগে লগে বিভিন্ন সংবাদ মাধ্যমৰ নির্বাচনী সমীক্ষা প্রকাশ

আজি লোকসভা নিৰ্বাচনৰ সামৰণিৰ লগে লগে বিভিন্ন সংবাদ মাধ্যমে নির্বাচনী সমীক্ষা প্রকাশ কৰিছে। প্ৰাৰম্ভিক তথ্য অনুসৰি টাইমছ নাও নামৰ সংবাদ প্রতিষ্ঠানটোৱে কেবালাৰ কংগ্ৰেছ মিত্রজোটে ১৪ খন, বাওপন্থী মিত্রজোটে ৪খন আৰু বিজেপিয়ে এখন আসন লাভ কৰিব বুলি প্ৰকাশ কৰিছে। চি এন এন নিউজৰ তথ্য অনুসৰি তামিলনাডুৰ আই এন ডি এ গোটে ৩৬ ৰ পৰা ৩৯ খন আৰু বিজেপি মিত্রজোটে দুখন আসন লাভ কৰিব বুলি তথ্য প্ৰকাশ কৰিছে। বিপাবলিক টিভি আৰু পি এম এ আব কিউৰ মতে এন ডি এ মিত্রজোটে ৩৫৯ আসন লাভ কৰি পুনৰ ক্ষমতা দখল কৰাৰ বিপৰীতে কংগ্ৰেছ মিত...