October 31, 2024 5:25 PM

views 20

প্রাক্তন প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ স্মৃতি দিৱস উপলক্ষে দেশবাসীৰ স্মৰণ

দেশবাসীয়ে আজি প্রাক্তন প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীক স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধাৰে স্মৰণ কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ লগতে দলটোৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে দিল্লীৰ শক্তিস্থলত ইন্দিৰা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইন্দিৰা গান্ধী স্মাৰকটো এটা সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি সামাজিক মাধ্যমৰ এটা প’ষ্টত কয় যে ইন্দিৰা গান্ধীয়ে দেশৰ ঐক্য আৰু অখণ্ডতা শক্তিশালী কৰাৰ ক্ষেত্ৰত আৰু প্ৰগতিশালী ভাৰত গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন ...