December 11, 2025 7:53 PM

views 16

ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা ইভিএম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ

সমাগত বিধানসভা নির্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন জিলাত আজিৰে পৰা ইভিএম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হৈছে। বৰপেটা জিলাৰ সোণকুছি কলনিস্থিত গুদামঘৰত পুৱা ৯ বজাত প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হয়। বৰপেটা জিলা নির্বাচনী বিষয়াই প্রকাশ কৰা মতে পঞ্জীয়নভুক্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। জিলাখনত এই পৰ্যায়ত এহেজাৰ ৪০১টা বেলট ইউনিট, এহেজাৰ ৫১৩টা কন্ট্রল ইউনিট আৰু এহেজাৰ ৫১৩টা ভিভিপেট পৰীক্ষা কৰা হ'ব। কামৰূপ জিলা আয়ুক্ত কার্যালয় চৌহদত থকা...