July 8, 2025 7:53 PM

views 10

ধুবুৰীৰ উচ্ছেদ কার্য প্রায় ৮০ শতাংশ সম্পূৰ্ণ হৈছে : মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিৰাকুটা, চৰুৱাবাখৰা আৰু সন্তোষপুৰত প্রশাসনে চলোৱা উচ্ছেদ কার্য প্রায় ৮০ শতাংশ সম্পূৰ্ণ হৈছে বুলি প্ৰকাশ কৰিছে। তেওঁ গোৰেশ্বৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয়, যে তেওঁৰ চৰকাৰ ৰাজ্যখনৰ ভূমিৰ দখল মুক্ত কৰিবলৈ বদ্ধপৰিকৰ আৰু চাপৰৰ দৰে উচ্ছেদ অভিযান আন জিলাতো অব্যাহত থাকিব বুলি তেঁও ঘোষণা কৰে । ইপিনে চাপৰৰ সন্তোষপুৰৰ উচ্ছেদস্থলীত উপস্থিত হোৱাৰ পাছত আৰক্ষীয়ে আটক কৰা বিধায়ক অখিল গগৈয়ে এই উচ্ছেদ অভিযানক বেআইনী আৰু অযুক্তিকৰ ...