January 18, 2026 8:43 PM

views 23

আমেৰিকা যুক্তৰাষ্ট্ৰই গ্ৰীণলেণ্ড অধিগ্রহণৰ সম্ভাৱনা সন্দৰ্ভত ব্রুচেলছত ইউৰোপীয় সংঘ জৰুৰী বৈঠক

আমেৰিকা যুক্তৰাষ্ট্ৰই গ্ৰীণলেণ্ড অধিগ্রহণ কৰাৰ সম্ভাৱনা সন্দৰ্ভত বিৰোধিতা কৰা ৮ খন ইউৰোপীয় দেশৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে কৰ আৰোপ কৰাৰ বিষয়ে ঘোষণা কৰাৰ পাছত আজি ব্রুচেলছত এখন জৰুৰী বৈঠক আয়োজন কৰাৰ বাবে ইউৰোপীয় সংঘ সাজু হৈছে। ইউৰোপীয় সংঘৰ ২৭ খন সদস্য ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতে এই সন্দৰ্ভত আলোচনা কৰিব। ট্রাম্পে সামাজিক মাধ্যমৰ জৰিয়তে প্রকাশ কৰে যে, অহা পহিলা ফেব্ৰুৱাৰীৰ পৰা ফিনলেণ্ড, নেডাৰলেণ্ডছ, ব্রিটেইন, জার্মানী, ফ্রান্স, ছুইডেন, নৰৱে আৰু ডেনমার্কৰ ক্ষেত্ৰত ১০ শতাংশ কৰ বলবৎ হ'ব। অহা পহ...