August 18, 2025 12:34 PM August 18, 2025 12:34 PM

views 13

ৱাশ্বিংটনত ভ’ল’ডিমিৰ জেলেনস্কি আৰু ড’নাল্ড ট্রাম্পৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত ইউৰোপীয় শীর্ষ নেতাসকলৰ অংশগ্ৰহণ

ইউৰোপীয় শীর্ষ নেতাসকলে আজি ৱাশ্বিংটনত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিক আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত সংগ দিব। ইউক্রেইনত চলি থকা যুদ্ধৰ শীঘ্ৰে সমাধানৰ বাবে এই বৈঠকৰ আয়োজন কৰা হৈছে। এই উচ্চপৰ্যায়ৰ ইউৰোপীয় প্ৰতিনিধিসকলৰ ভিতৰত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ছাৰ কেইৰ ষ্টাৰমাৰ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্র’, জার্মান চেঞ্চেলৰ ফ্ৰেডৰিক মাৰ্জ, ইউৰোপীয় আয়োগৰ সভাপতি উর্দূলা ভন ডেৰ লেয়েন আৰু NATO ৰ সাধাৰণ সচিব মাৰ্ক ৰুট আছে। এই নেতাসকলে ইউক্রেইনত জেলেনস্কিৰ ...