January 15, 2026 7:49 PM

views 22

৭৭ সংখ্যক গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টানিঅ লুইছ ছেণ্ট’ছ দ্যা কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি উচুলা ভান দাৰ লেয়েন উপস্থিত থাকিব

সমাগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপনত মুখ্য অতিথি হিচাপে ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টানিঅ লুইছ ছেণ্ট'ছ দ্যা কোষ্টা আৰু ইউৰোপীয় আয়োগৰ সভাপতি উচুলা ভান দাৰ লেয়েন উপস্থিত থাকিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আমন্ত্রণ মর্মে এই দুয়োগৰাকী নেতাই ২৫ জানুৱাৰীৰ পৰা তিনি দিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। এই ভ্ৰমণৰ কালছোৱাত ২৭ জানুৱাৰী তাৰিখে ভাৰত-ইউৰোপীয় ইউনিয়নৰ ১৬ সংখ্যক সন্মিলনতো এই নেতা দুগৰাকীয়ে অংশগ্ৰহণ কৰিব। দুয়োগৰাকী ইউৰোপীয় নেতাই ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুকো সাক্ষাৎ কৰি প্রধানমন্ত্রী মোদীৰ সৈতে প্...