May 16, 2025 11:41 AM
ভাৰত আৰু ইউৰোপীয় সংঘৰ সাগৰীয় প্লাষ্টিক আৱৰ্জনা নিষ্কাশন, আৱৰ্জনাক হাইড্ৰজেনলৈ ৰূপান্তৰকৰণৰ পদক্ষেপ গ্রহণ
ভাৰত আৰু ইউৰোপীয় সংঘই সাগৰীয় প্লাষ্টিক আৱৰ্জনা নিষ্কাশন তথা ৱেষ্ট-টু-হাইড্ৰ'জেন অর্থাৎ আৱৰ্জনাক হাইড্ৰজেনলৈ ৰূপান্তৰকৰণ প্ৰযুক্তি বিকাশৰ লক্ষ্যৰে ৩৯১ কোটি টকাৰ যৌথ বিনিয়োগেৰে দুটা ব...