June 27, 2024 11:34 AM June 27, 2024 11:34 AM

views 8

দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত ৰাজ্যিক পৰ্যায়ত ৰচনা প্রতিযোগিতাৰ আয়োজন

দেশভক্ত তৰুণৰাম ফুকনৰ সোঁৱৰণত ৰাজ্যিক পৰ্যায়ৰ ৰচনা প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। প্রতিযোগিতাসমূহ তিনিটা ভাগত বিভক্ত কৰা হৈছে। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ভাগ কৰা ক-শাখাৰ প্ৰতিযোগীসকলে ৮০০টা শব্দৰ ভিতৰত তৰুণৰাম ফুকন-জীৱন আৰু কৃতিত্ব বিষয়ৰ ওপৰত ৰচনা লিখাৰ পৰিৱৰ্তে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ প্ৰতিযোগীসকলে এহেজাৰটা শব্দৰ ভিতৰত ভাৰতৰ স্বাধীনতা সংগ্ৰামত তৰুণৰাম ফুকনৰ ভূমিকা শীৰ্ষক ৰচনা লিখিব লাগিব। ইয়াৰ উপৰি গ-শাখাৰ স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলে এহেজাৰ ২০০টা শব্দৰ ভিতৰত অসমীয়া সাহিত্যলৈ...