November 2, 2025 10:51 AM

views 28

কৰ্মচাৰী ভবিষ্যনিধি সংস্থা অকল এটা পুঁজিয়েই নহয়, সামাজিক সুৰক্ষাৰ প্ৰতি দেশৰ কর্মশক্তিৰ বিশ্বাসৰ প্ৰতীকঃ ড০ মনসুখ মন্দাভিয়া

কৰ্মচাৰী ভবিষ্যনিধি সংস্থা ই পি এফ অ' অকল এটা পুঁজিয়েই নহয়, সামাজিক সুৰক্ষাৰ প্ৰতি দেশৰ কর্মশক্তিৰ বিশ্বাসৰ প্ৰতীক বুলি কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী ড০ মনসুখ মন্দাভিয়াই প্রকাশ কৰিছে। নতুন দিল্লীত আয়োজিত কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ ৭৩ সংখ্যক প্রতিষ্ঠান দিৱসত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি এইদৰে মন্তব্য কৰে। ড° মন্দাভিয়াই দেশৰ কৰ্মশক্তিৰ সামাজিক আৰু বিত্তীয় কল্যান সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সংস্থাটোৰ ঐতিহাসিক ভূমিকাৰ শলাগ লয়। তেওঁ লগতে নতুন উদ্দেশ্য আৰু দৃষ্টিভংগীৰে নাগৰিক কেন্দ্ৰীক সেবা প্রদান কৰিব...

November 1, 2025 9:37 PM

views 26

কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা অকল এটা পুঁজিয়েই নহয়, সামাজিক সুৰক্ষাৰ প্ৰতি দেশৰ কর্মশক্তিৰ বিশ্বাসৰ প্ৰতীকঃ কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়া

কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা - ই পি এফ অ অকল এটা পুঁজিয়েই নহয়, সামাজিক সুৰক্ষাৰ প্ৰতি দেশৰ কর্মশক্তিৰ বিশ্বাসৰ প্ৰতীক বুলি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ ৭৩ সংখ্যক প্ৰতিষ্ঠান দিৱসত ভাষণ দি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। ড° মন্দাভিয়াই দেশৰ কৰ্মশক্তিৰ সামাজিক আৰু বিত্তীয় কল্যান সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সংস্থাটোৰ ঐতিহাসিক ভূমিকাৰ শলাগ লয়। তেওঁ লগতে নতুন উদ্দেশ্য আৰু দৃষ্টিভংগীৰে নাগৰিক কেন্দ্ৰীক সেৱা প...

January 19, 2025 8:36 PM

views 23

কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ ইয়াৰ সদস্যসকলৰ ব্যক্তিগত তথ্য পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সৰল কৰিছে

কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই ইয়াৰ সদস্যসকলৰ ব্যক্তিগত তথ্য পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সৰল কৰি তুলিছে। সার্বজনীন একাউণ্ট নম্বৰ আধাৰৰ জৰিয়তে সংযুক্ত কৰি বৈধ বিবেচিত সদস্যসকলে নিজৰ তথ্য যেনে জন্মৰ তাৰিখ, লিংগ, ৰাষ্ট্ৰীয়তা, পিতৃ-মাতৃৰ নাম, চাকৰিত যোগদান আৰু অৱসৰৰ তাৰিখ আদি তথ্যৰ প্ৰতিলিপি দাখিল নকৰাকৈ উন্নীত কৰিব পাৰে। শ্ৰম আৰু নিয়োগ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে এই ব্যৱস্থাই আবেদন বিবেচনাধীন হৈ ৩ লাখ ৯০ হাজাৰ সদস্যক উপকৃত কৰিব। মন্ত্ৰ্যালয়ে লগতে কয়, যে কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাৰ তথ্য ভাণ্ডাৰত ...

October 21, 2024 11:37 AM

views 44

চলিত বৰ্ষৰ আগষ্ট মাহত মুঠ ১৮ লাখ ৫৩ হাজাৰ সদস্য পঞ্জীয়ন ই পি এফ অ’ই

কৰ্মচাৰীৰ ভৱিষ্যনিধি সংস্থা ই পি এফ অ’ই চলিত বৰ্ষৰ আগষ্ট মাহত ১৮ লাখ ৫৩ হাজাৰ মুঠ সদস্য পঞ্জীয়ন কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই মাহটোত ৯ লাখ ৩০ হাজাৰ নতুন সদস্যই নিজৰ নাম পঞ্জীয়ন কৰে। নতুন সদস্যসকলৰ ভিতৰত ২ লাখ ৫৩ হাজাৰ মহিলা বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। বৰ্ধিত নিয়োগৰ সুবিধা, কৰ্মচাৰী লাভালাভৰ বিষয়ে বর্ধিত সজাগতা তথা ই পি এফৰ সফল জনসম্পৰ্কৰক্ষী কাৰ্যসূচীসমূহৰ জৰিয়তে বিপুল সংখ্যক নতুন সদস্য-সদস্যাই নাম পঞ্জীয়ন কৰা বুলি মন্ত্ৰালয়ে মত প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত বৰ্ষ...