February 6, 2025 11:14 AM February 6, 2025 11:14 AM
4
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ পথত অগ্ৰসৰ হৈছেঃ গৃহমন্ত্ৰী অমিত শ্বাহ
সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নয়নৰ পথত অগ্ৰসৰ হৈছে। ভার্চুৱেল ব্যৱস্থাৰে আগৰতলাত আয়োজন কৰা নিযুক্তি পত্ৰ বিতৰণৰ কাৰ্যসূচী সম্বোধন কৰি গৃহমন্ত্রী অমিত শ্বাহে এনেদৰে কয় । ত্ৰিপুৰা চৰকাৰে কোনো ধৰণৰ বৈষম্য বা দুর্নীতি অবিহনে সম্পূৰ্ণ স্বচ্ছতাৰে চাকৰি প্ৰদান কৰিছে বুলিও তেওঁ মন্তব্য কৰে । যোৱা ১০টা বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে শান্তি স্থাপনৰ উদ্দেশ্যে ত্ৰিপুৰাৰ সৈতে ৩ খন চুক্তি স্বাক্ষৰ কৰে । ত্ৰিপুৰাত সশস্ত্র সংগঠনসমূহ নির্মূল কৰি আত্মসমৰ্পনৰ জৰিয়তে মূলসুঁতিত যোগদ...