January 12, 2025 11:32 AM

views 11

ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া ৫ খনীয়া টি টুৱেণ্টি ক্রিকেট শৃংখলাৰ বাবে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বিচিচিআইয়ে ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া ৫ খনীয়া টি টুৱেণ্টি ক্রিকেট শৃংখলাৰ বাবে ১৫ জনীয়া দল ঘোষণা কৰিছে। সেই অনুসাৰে সূৰ্য্য কুমাৰ যাদৱক অধিনায়ক আৰু অক্ষৰ পেটেলক উপ অধিনায়কৰ দায়িত্ব অর্পন কৰা হৈছে। মহম্মদ স্বামীৰ এবছৰৰ অধিক কালৰ পাছত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰিছে। দলৰ বাকী খেলুৱৈসকলৰ ভিতৰত সঞ্জু চেমচন, অভিষেক শর্মা, তিলক বার্মা, হার্দিক পাণ্ডিয়া, ৰিংকু সিং, নিতিশ কুমাৰ ৰেড্ডী, হৰষিত ৰাণা, অর্শদীপ সিং, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণু'ই, ৱাছিংটন সুন্দৰ, ধ্ৰুৱ জ...