October 12, 2024 11:50 AM

views 14

কেন্দ্রীয় শক্তি মন্ত্ৰ্যালয়ৰ উদ্ভাৱনী প্রকল্প ৰূপায়ণৰ বাবে আঁচনিৰ নিৰ্দেশনা প্রদান

প্রধানমন্ত্ৰী সূৰ্য ঘৰ : মুফ্ট বিজুলী যোজনাৰ অধীনত নতুন আৰু নবীকৰণ যোগ্য কেন্দ্রীয় শক্তি মন্ত্ৰ্যালয়ে উদ্ভাৱনী প্রকল্প ৰূপায়ণৰ বাবে আঁচনিৰ নিৰ্দেশনা প্রদান কৰিছে। আঁচনিৰ উদ্ভাৱনী প্ৰকল্পৰ অধীনত চাদৰ ওপৰত সৌৰ প্ৰযুক্তি, ব্যৱসায়িক আৰ্হি আৰু সংহত কৌশলৰ উন্নতিৰ বাবে উৎসাহিত কৰিবলৈ ৫০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। এই ধনৰাশিৰে ষ্টাৰ্ট আপসমূহক সমর্থন যোগোৱাৰ লগতে প্ৰতিষ্ঠান আৰু উদ্যোগসমূহক চিনাক্ত তথা সমৰ্থন কৰা আৰু বৈদ্যুতিক বাহন আৰু বেটাৰী সংৰক্ষণৰ সৈতে সংযুক্ত চাদৰ ওপৰত সৌৰশক্তিৰ দৰে সমাধানৰ ওপৰত...