July 4, 2025 12:57 PM

views 17

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীছ এনকেফেলাইটিছ প্ৰদুৰ্ভাৱ বৃদ্ধি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীছ এনকেফেলাইটিছ প্ৰদুৰ্ভাৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ৰোগৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। বজালী জিলাৰ বাঘমাৰা আৰু দলৌ পথাৰৰ দুজনকৈ লোক এই ৰোগত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি জিলাখনত ৫ গৰাকীকৈ লোকৰ দেহত এই ৰোগৰ লক্ষ্যণ দেখা পোৱা গৈছে। জিলাখনৰ ভিন্ন স্থানত জিলা প্ৰশাসনৰ তৰফৰ পৰা ৰোগ প্ৰতিৰোধৰ বাবে ফ'গিঙৰ লগতে অন্যান্য বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে । নলবাৰী জিলাৰ গোৰাক্ষাট্টাৰী গাঁৱত জাপানীছ এনকেফেলাইটিছ ৰোগত...