April 27, 2025 8:51 PM

views 37

নৰৱেৰ ৰাষ্ট্রদূতৰ নেতৃত্বত অহা এটা প্রতিনিধি দলে নগাঁৱত ৰূপায়িত এনেক্ট-আছাম প্রকল্পৰ ক্ষেত্ৰসমূহ পৰিদর্শন

নৰৱেৰ ৰাষ্ট্রদূত এইচ ই মিছ মে-এলিন ষ্টেনাৰৰ নেতৃত্বত অহা এটা প্রতিনিধি দলে আজি নগাঁৱত ৰূপায়িত হৈ থকা এনাক্ট-আছাম প্ৰকল্পৰ ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰে। জিলাখনৰ তিনিটা উন্নয়ন খণ্ড ক্রমে কঠিয়াতলি, পাখিমৰীয়া আৰু ৰহাত ৰূপায়ণ হৈ থকা প্ৰকল্পস্থলী পৰিদৰ্শন কৰাৰ লগতে কৃষকসকলৰ সৈতে মত বিনিময় কৰে। প্ৰতিনিধি দলটোৱে নিজ কঠিয়াতলি গাঁও পঞ্চায়তৰ সভাগৃহত বাওধানৰ চাউল বজাৰৰ বাবে মুকলি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ৰাষ্ট্রদূতগৰাকীৰ লগত ৰাজ্য চৰকাৰৰ কৃষি সঞ্চালক ড০ পি উদয় প্রবীন, অসম কৃষি বিশ্ববিদ্...